ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

JCCPA I কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ : ডিফুত জেচিচিপিএ সংবাদমেল

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
May 31, 2023
Reading Time: 1 min read
A A
0
JCCPA I কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ : ডিফুত জেচিচিপিএ সংবাদমেল

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST
অসম-মেঘালয় সীমা সমস্যা সমাধানক লৈ কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ তুলি ডিফুত জে চি চিপিএৰ৷ এই অভিযোগ উত্থাপন কৰে জেচিচিপিএ (JCCPA)ৰ আহ্বায়ক খৰচিং টেৰণে (Convener Kharshiing Teron)৷অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰবি আংলং জিলাৰ ব্লক ১ আৰু ব্লক ২-ৰ ক লৈ দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ দীৰ্ঘদিনৰ ৷

মেঘালয় ৰাজ্য ঘোষণা কৰাৰ পিছৰে পৰা মেঘালয়ে এই এলেকা তেওঁলোকৰ বুলি দাবী কৰি আহিছে৷ কিন্তু ১৯৫১ চনত কাৰবি আংলং জিলা গঠন হোৱাৰ সময়ৰে পৰা এই এলেকা কাৰবি আংলং জিলাৰ অন্তৰ্গত ৷ দুয়ো ৰাজ্যৰ মাজত আছে প্ৰাকৃতিক সীমা৷ কিন্তু ইয়াৰ পিছতো মেঘালয়ে দাবী কৰি আহিছে ব্লক ১ আৰু ব্লক ২৷ শেহতীয়াকৈ দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কৰৰ্ণাড চাংমাই দুয়ো ৰাজ্যৰ সীমাৰ ১২টা স্হানৰ বিবাদ আলোচনাৰে সমাধানৰ দিশত আগবাঢ়িছে ৷

ইতিমধ্যে ২০২২ চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ৬ টা বিবাদমান স্হানৰ বিবাদ নিষ্পত্তি কৰি চুক্তি কৰিছে ৷ এতিয়া দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আন ছটা স্হানৰ বিবাদ জুন মাহৰ ভিতৰত নিষ্পত্তি কৰাৰ দিশত আগবাঢ়িছে ৷ ইয়াৰ ভিতৰত ব্লক ১ আৰু ব্লক ২ য়ো আছে ৷ এই এলেকাৰ বিবাদক লৈ ৰাইজৰ লগত কথা পাতিবলৈ মন্ত্ৰী পীষুয হাজৰিকাৰ নেতৃত্বত পৰিষদৰ সদস্য কেইগৰাকীমানক লৈ এখন সমিতি কৰি দিছে ৷ কিন্তু এই সমিতিৰ হয়তু এখনো সভা হোৱা নাই ৷ এই সমিতিয়ে সীমান্ত ভ্ৰমণ কৰা নাই৷

কাৰবি আংলঙ
কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ ::

উল্লেখ যে ২০২২ চনৰ এপ্ৰিলত মক্ৰত ঘটনা সংঘটিত হোৱাৰ পৰা এতিয়ালৈকে সীমান্তত বিক্ষিপ্ত ঘটনা ঘটিয়ে আছে ৷ আজি ডিফুৰ জিলা প্ৰেছ ক্লাৱত জইন্ট একচন কমিটি ফৰ প্ৰটেক অটনমি নামৰ সংগঠনটোৱে এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত সংগঠনটোৰ আহবায়ক খৰছিং টেৰণে কয় যে, আমি মুখ্যমন্ত্ৰীক লগ ধৰোতে তেখেতে কাৰবি আংলঙৰ জনতাৰ মতামত লৈ সীমা বিবাদ মীমাংসা কৰা হ’ব বুলি কৈছিল৷ তেওঁৰ সকলো সংগঠনৰ লগত বহি আলোচনা কৰাৰ সময় নাই বুলি কৈছিল ৷

সেয়ে মন্ত্ৰী পীষুয হাজৰিকাৰ নেতৃত্বত সমিতি কৰি দিছিল৷ কিন্তু এই সমিতিয়ে কোনো দল-সংগঠনৰ লগত আলোচনা কৰা নাই৷ যদি তেওঁলোকে কাৰবি আংলঙৰ জনতাক আস্হাত নলয় তেন্তে কিয় এই সমিতি গঠন কৰিছে বুলি তেওঁ প্ৰশ্ন কৰে৷ কাৰবি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া ন’হব বুলি কোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এতিয়া তাক কাৰ্যকৰী কৰক৷ পৰিষদে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৰা ঘোষণাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া দিব লাগিছিল কিন্তু পৰিষদ মৌন ৷

সংগঠনটোৱে মন্ত্ৰী পীষুয হাজৰিকাৰ নেতৃত্বত গঠন কৰা সমিতি ভংগ কৰা উচিত বুলি কয়৷ কাৰণ এই সমিতিয়ে এতিয়াও কাৰো লগত আলোচনা কৰা নাই, সীমান্ত পৰিদৰ্শন কৰা নাই, সীমান্তৰ জনতা আৰু কাৰবি আংলঙৰ জনতাৰ মতামত লোৱা নাই ৷ সেয়ে এই কমিটি থকা নথকাৰ মূল্য নাই৷ এই সমিতিত থকা পৰিষদৰ সদস্যসকলে পদত্যাগ কৰা উচিত বুলি কয় নেতাগৰাকীয়ে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JCCPAজেচিচিপিএ
Share4Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
57
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
57
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
61
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d