ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur | পুনৰ উত্তপ্ত মণিপুৰ, নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত ৪০ উগ্ৰপন্থী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 28, 2023
Reading Time: 1 min read
A A
0
Manipur | পুনৰ উত্তপ্ত মণিপুৰ, নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত ৪০ উগ্ৰপন্থী

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ

NIA raids I ত্ৰিপুৰা, মেঘালয়সহ ৫ ৰাজ্যত নিয়াৰ অভিযান

Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে

সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ (Amit Shah) মণিপুৰ (Manipur) ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যখন। দেওবাৰে মণিপুৰৰ বহু ঠাইত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ সংঘর্ষ হয়। মুখ্যমন্ত্রী এন বীৰেন সিঙে (N Biren Singh) জনোৱা মতে, নিৰাপত্তা বাহিনীৰ হাতত প্ৰায় ‘৪০ জন উগ্ৰপন্থী’ নিহত হৈছে। জানিব পৰা মতে, শান্তি পুনৰুদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে। তাৰ ফলতেই আৰম্ভ হয় সংঘর্ষ। এতিয়াও সেনাই অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

Manipur Violence
40 suspected Kuki militants killed by security forces in Manipur: CM Biren Singh

উল্লেখ্য, উত্তপ্ত মণিপুৰৰ শেহতীয়া পৰিস্থিতিত প্রায় ৭০ জন লোকৰ মৃত্যু হৈছে। বিগত ২৫ দিন ধৰি ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ। বহু লোক গৃহহীন হৈছে। অৱশ্যে দেওবাৰৰ সংঘর্ষ দুই জনজাতিৰ মাজত হোৱা নাই বুলি জনাইছে মুখ্যমন্ত্রী বীৰেন সিঙে। তেওঁ সংবাদ মাধ্যমক জনাইছে, কুকি উগ্ৰপন্থী (Kuki Militants) আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘর্ষ হৈছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Manipur
Share4Tweet3Send

Related Posts

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ
NORTHEAST

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ

by Staff Reporter
November 14, 2025
52
International Trafficking Ring Busted: 24 Charged Including Five Foreign Nationals in Assam Case
NORTHEAST

NIA raids I ত্ৰিপুৰা, মেঘালয়সহ ৫ ৰাজ্যত নিয়াৰ অভিযান

by Staff Reporter
November 13, 2025
51
Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে
NORTHEAST

Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে

by Staff Reporter
November 4, 2025
52
Manipur Violence : চতুৰ্থ দিনতো সাম্প্ৰদায়িক সংঘাতত উত্তপ্ত মণিপুৰ, নিহত প্ৰতিবাদকাৰী
NORTHEAST

Manipur Violence I মণিপুৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৪ উগ্ৰপন্থী

by Staff Reporter
November 4, 2025
52
Tripura violence I ত্ৰিপুৰাত তিনি বাংলাদেশীক প্ৰহাৰ কৰি হত্যাৰ অভিযোগ, ঢাকাৰ তীব্ৰ প্ৰতিবাদ
NORTHEAST

Tripura violence I ত্ৰিপুৰাত তিনি বাংলাদেশীক প্ৰহাৰ কৰি হত্যাৰ অভিযোগ, ঢাকাৰ তীব্ৰ প্ৰতিবাদ

by Staff Reporter
October 18, 2025
55
JCC Demands Justice I Strike Continues Over IAS Induction Irregularities in Nagaland
NORTHEAST

JCC Demands Justice I Strike Continues Over IAS Induction Irregularities in Nagaland

by Staff Reporter
October 16, 2025
51
ADVERTISEMENT
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
50
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

November 17, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3494) Lifestyle (24) literature (16) National-International (10892) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d