ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cheating technology I প্ৰযুক্তিৰ প্ৰতাৰণা! বন্ধুৰ বেশত ৫ কোটি টকাৰ প্ৰতাৰণা

নিউজ ডেস্কঃ

News Desk by News Desk
May 25, 2023
Reading Time: 1 min read
A A
0
Cheating technology I প্ৰযুক্তিৰ প্ৰতাৰণা! বন্ধুৰ বেশত ৫ কোটি টকাৰ প্ৰতাৰণা

RELATED POSTS

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

যিদৰে প্ৰযুক্তিৰ সহায়ত পৃথিৱীখন আগবাঢ়িছে, তেনেদৰেই ই বিশ্বৰ জনসাধাৰণক ভয়াৱহ বিপদতো পেলাইছে। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিয়ে এজন ব্যক্তিৰ মুখাৱয়ৱ আন এজন ব্যক্তিয়ে সহজেই নকল কৰিব পাৰে। এই ‘ডিপফেক’ টেকন’লজি (‘Deepfake’ Technology) ব্যৱহাৰ কৰি কোনোবাই যদি আন কাৰোবাৰ মুখাৱয়ৱ ব্যৱহাৰ কৰি ভিডিঅʼ কল কৰে, তেন্তে খালী চকুৰে আচল আৰু ভুৱাৰ মাজত পাৰ্থক্য কʼব পৰাটো বৰ সহজ নহয়। 

প্ৰযুক্তিৰ প্ৰতাৰণা!
প্ৰযুক্তিৰ প্ৰতাৰণা! বন্ধুৰ বেশত ৫ কোটি টকাৰ প্ৰতাৰণা

সেয়েহে অপৰাধৰ সময়ত প্ৰৱঞ্চকসকলে এই প্ৰযুক্তিসমূহৰ ফালে আগবাঢ়িছে। ৰয়টাৰৰ তথ্য অনুসৰি, উত্তৰ চীন (North China)ৰ এজন বাসিন্দাই ‘ডিপফেক’ প্ৰযুক্তি ব্যৱহাৰ কৰি ৫ কোটি টকাৰ প্ৰতাৰণা (Rs 5 crore cheated) কৰিছে।

চীনৰ বাওটৌ চহৰৰ আৰক্ষীয়ে দাবী কৰা মতে, এই প্ৰৱঞ্চকজনে চীনৰ এজন বাসিন্দাৰ ঘনিষ্ঠ বন্ধুৰ ৰূপ লৈছিল। ইয়াৰ পিছত বন্ধুজনক ভিডিঅʼ কল কৰি ৫ কোটি টকাৰ সহায় বিচাৰে। চীনৰ বাসিন্দাজনে ভাবিলে তেওঁৰ বন্ধুজন সঁচাকৈয়ে বিপদত পৰি তেওঁৰ পৰা আৰ্থিক সহায় বিচাৰিছে।

সেয়ে বন্ধুজনে প্ৰতাৰকজনৰ বেংক একাউণ্টলৈ পইচা পঠিয়াই দিলে। কিন্তু টকা পঠোৱাৰ পিছতহে তেওঁ প্ৰকৃত পৰিস্থিতি বুজিব পাৰিলে। লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীৰ মতে, বেংক একাউণ্টৰ সবিশেষ সংগ্ৰহ কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব অভিযুক্ত প্ৰৱঞ্চকজনক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: cheatedDeepfake Technologyডিপফেক টেকন’লজিপ্ৰতাৰণা
Share4Tweet3Send

Related Posts

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

by News Desk
October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

by News Desk
October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP protest : যন্তৰ-মন্তৰত আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি জে’লৰ পৰা ওলাল চিজেপি নেতা সৌৰভ-আশুতোষ

by News Desk
October 22, 2026
50
ADVERTISEMENT
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d