ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin seized I খটখটীত ৬ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ : দুই সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
May 23, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST
কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষী-চি আৰপিএফৰ যৌথ অভিযানত উদ্ধাৰ হৈছে বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত মঙলবাৰে এক খবৰৰ ভিত্তিত বোকাজান (Bokajan) মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী (Khatkhati) থানাৰ অ’চি ৰমেন বৰদলৈ, থানা ষ্টাফ লগতে চি-20 চিআৰপি এফৰ সহযোগত খটখটী থানা এলেকাৰ জনক পুখুৰী এলেকাত এক অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমানৰ হেৰ’ইন (Heroin seized)৷

হেৰ'ইন জব্দ
খটখটীত ৬ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ:

তালাচী কালত দুটা সৰবৰাহকাৰীৰ (Two suppliers) কৱলৰ পৰা ৮৫টা চাবোনৰ বাকচত কঢ়িয়াই আনি থকা অৱস্থাত ১ কেজি ৪১ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সন্দেহযুক্ত হেৰ’ইনখিনিৰ সৈতে আৰক্ষীয়ে মণিপুৰ সেনাপতি জিলাৰ চিংমাই গাঁৱৰ মৃত মিচালাল ৰৱাৰ পত্নী গ্ৰেচি ৰৱা (৩৮) আৰু খটখটী থানা এলেকাৰ বালিজান ইউনাইটেড ভিলেজত শুক্লাৰ প্ৰসাদৰ পুত্ৰ জৈন প্ৰসাদৰ পুত্ৰ (২৮) বছৰক আটক কৰিবলৈ সক্ষম হয়৷ সৰবৰাহকাৰীৰ কেইটাৰ পৰা আৰক্ষীয়ে NL-0R-5574 নম্বৰৰ এটা মটৰ চাইকেলো আৰক্ষীয়ে জব্দ কৰে৷

RELATED POSTS

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

39 cadres of Adivasi People’s Liberation Army lay down arms :

Heroin Seized I লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক

bokajanp | ASSAM TIMES POST

উল্লেখযোগ্য যে, ধৃত মহিলা সৰবৰাহকাৰী গ্ৰেচি ৰৱা মণিপুৰ আৰু ডিমাপুৰৰ সৰবৰাহ কৰা ড্ৰাগছৰ আন্তঃৰাজ্যিক দুধৰ্ষ ড্ৰাগছ মাফিয়া বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে৷ জানিব পৰা মতে জব্দ কৰা সন্দেহযুক্ত হেৰ’ইনখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৬ কোটি টকী হ’ব বুলি জানিব পৰা গৈছে৷

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Heroin seizedKhatkhatiখটখটীহেৰ'ইন উদ্ধাৰ
Share6Tweet4Send

Related Posts

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

by News Desk
June 3, 2023
51
39 cadres of Adivasi People’s Liberation Army lay down arms :
KARBI ANGLONG

39 cadres of Adivasi People’s Liberation Army lay down arms :

by ASSAM TIMES POST
June 2, 2023
53
Heroin Seized I লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক
KARBI ANGLONG

Heroin Seized I লাহৰিজানত হেৰ’ইন আৰু নগদ ধনসহ দুই সৰবৰাহকাৰী আটক

by News Desk
June 2, 2023
77
APLA-ৰ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাসহ ৩৯ গৰাকী কেডাৰৰ আত্মসমৰ্পণ
KARBI ANGLONG

APLA-ৰ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাসহ ৩৯ গৰাকী কেডাৰৰ আত্মসমৰ্পণ

by News Desk
June 2, 2023
70
ডিফু-দলদলীৰ মাজৰ ৰে’ল লাইনৰ কাষত অচিনাক্ত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

ডিফু-দলদলীৰ মাজৰ ৰে’ল লাইনৰ কাষত অচিনাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 1, 2023
51
JCCPA I কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ : ডিফুত জেচিচিপিএ সংবাদমেল
KARBI ANGLONG

JCCPA I কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ : ডিফুত জেচিচিপিএ সংবাদমেল

by News Desk
May 31, 2023
52
ADVERTISEMENT
লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
51
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি
Assam

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
51
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত
Entertainment

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023
51
২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

June 3, 2023
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023

Categories

ALL NEWS (17229) Assam (12543) BREAKING NEWS (6433) Business (28) Economy (67) Editorial (11) EDUCATION AND TECHNOLOGY (61) Entertainment (680) Entertrainment (324) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1871) Health & Fitness (612) Jobs & Career (5) KARBI ANGLONG (2552) Lifestyle (23) literature (16) National-International (5622) NORTHEAST (508) Novels (3) Photo (4) Poems (9) Political (104) Recipes (6) Sports News (382) Stories (8) Tech (11) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: