ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Instagram goes down all over the world I বিশ্বজুৰি ২ ঘণ্টাৰ বাবে বন্ধ হ’ল ইনষ্টাগ্ৰাম

নিউজ ডেস্কঃ

News Desk by News Desk
May 22, 2023
Reading Time: 1 min read
A A
0
Instagram goes down all over the world I বিশ্বজুৰি ২ ঘণ্টাৰ বাবে বন্ধ হ’ল ইনষ্টাগ্ৰাম

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

সমগ্ৰ বিশ্বতে হঠাতে বন্ধ হৈ গʼল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনষ্টাগ্ৰাম (Instagram goes down all over the world)। সোমবাৰে পুৱা ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে সমস্যাৰ সন্মুখীন হয়।আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, প্ৰায় এক লাখ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী এই বিজুতিৰ ফলত প্ৰভাৱিত হয়। খবৰ পোৱা গৈছে যে ডাউন ডিটেক্টৰত ২ লাখৰো অধিক লোকে এই সমস্যাৰ খবৰ দিছে।

Instagram
Instagram goes down all over the world:

দুঘণ্টাৰ বিচ্ছিন্নতাৰ পিছত এতিয়া স্বাভাৱিক অৱস্থালৈ আহিছে ইনষ্টাগ্ৰাম (Instagram is back to normal now)। ইনষ্টাগ্ৰামৰ মূল কোম্পানী মেটাৰ এগৰাকী মুখপাত্ৰই কয় যে কাৰিকৰী সমস্যাৰ বাবে একাংশ ব্যৱহাৰকাৰীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰৱেশ কৰিব পৰা নাছিল। কিন্তু সমস্যাটো ততাতৈয়াকৈ সমাধান কৰা হয়। কিন্তু ইনষ্টাগ্ৰাম ডাউন হৈ থকাৰ সময়ত ফেচবুক, হোৱাটছএপৰ দৰে অন্যান্য ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহ স্বাভাৱিক হৈয়েই আছিল।

Tags: Instagramইনষ্টাগ্ৰাম
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT