ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Aryan Khan’s drugs case I আৰিয়ানক ফচাবলৈ চেষ্টা! সমীৰ ৱাংখেড়ৰ প্ৰাক্তন সহকৰ্মীয়ে কি নতুন তথ্য ফাদিল কৰিলে?

নিউজ ডেস্কঃ

News Desk by News Desk
May 19, 2023
Reading Time: 1 min read
A A
0
Aryan Khan’s drugs case I আৰিয়ানক ফচাবলৈ চেষ্টা! সমীৰ ৱাংখেড়ৰ প্ৰাক্তন সহকৰ্মীয়ে কি নতুন তথ্য ফাদিল কৰিলে?

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

প্ৰায় দুবছৰৰ অন্তত পুনৰ আৰম্ভ হৈছে আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰ (Aryan Khan’s drugs case)। কিন্তু এইবাৰ যাক লৈ প্ৰশ্ন উত্থাপন হৈছে তেওঁ হৈছে এনচিবিৰ প্ৰাক্তন বিষয়া সমীৰ ৱাংখেড় (Sameer Wangkhed)। চিবিআয়ে (CBI) তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰে। আৰিয়ানকাণ্ডত প্ৰায় ২৫ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগ। কিন্তু কেৱল উৎকোচ গ্ৰহণ কৰাই নহয়, সমীৰৰ প্ৰাক্তন সহযোগী আইপিএছ বিষয়া জ্ঞানেশ্বৰ সিঙে আৰিয়ানকাণ্ডত নতুন দাবী উত্থাপন কৰে। শেষ মুহূৰ্তত ড্ৰাগছৰ গোচৰৰ এফআইআৰত আৰিয়ানৰ নাম সন্নিবিষ্ট কৰা হয়।

সমীৰৰ প্ৰাক্তন সহযোগী জ্ঞানেশ্বৰ সিঙে শপতনামাত কয় যে এফআইআৰত আগতে শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ নাম উল্লেখ কৰা হোৱা নাছিল। শেষ মুহূৰ্তত কেইবাটাও নাম বাদ পৰে আৰু কিছুমান নতুন নাম যোগ হয়। এই তালিকাত আছিল আৰিয়ান আৰু তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট।

আৰিয়ান
আৰিয়ানক ফচাবলৈ চেষ্টা:

চিবিআইৰ সূত্ৰ অনুসৰি, সমীৰে ব্যক্তিগত সম্পদ বৃদ্ধিৰ বাবে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ প্ৰমাণ পোৱা গৈছে। বহু বিদেশ ভ্ৰমণ, দামী ঘড়ী, বিলাসী জীৱনশৈলীৰ হিচাপ দিয়া হয়। এই জীৱনশৈলীৰ সৈতে সমীৰৰ আয়ৰ কোনো সম্পৰ্ক বিচাৰি পোৱা নাছিল চিবিআয়ে। ইয়াৰ পিছতে চিবিআয়ে গোচৰ ৰুজু কৰে।

শেহতীয়াকৈ সমীৰৰ বিৰুদ্ধে চমন জাৰি কৰা হৈছিল। সেই সময়ত প্ৰাক্তন বিষয়াগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ক চমন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে তেওঁ ইচ্ছা কৰিলে মুম্বাই উচ্চ ন্যায়ালয়লৈ যাব পাৰে। চিবিআইৰ পৰা লিখিত অনুমোদন লʼলে ২২ মেʼলৈকে সমীৰৰ বিৰুদ্ধে কোনো গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা নহʼব বুলি চিবিআয়ে প্ৰকাশ কৰে।

দুবছৰমান পূৰ্বে মুম্বাইৰ উপকূলৰ পৰা সমীৰে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ানক। ২৯ দিনৰ কাৰাবাসৰ অন্তত আৰিয়ানক জামিনত মুকলি কৰি দিয়া হয। ২০২২ চনৰ মেʼ মাহত এনচিবিয়ে প্ৰমাণৰ অভাৱত আৰিয়ানৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰত্যাহাৰ কৰে।

Tags: Aryan KhanSameer Wangkhedআৰিয়ান খানসমীৰ ৱাংখেড়
Share4Tweet3Send

Related Posts

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

by News Desk
June 2, 2026
50
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ
National-International

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

by News Desk
June 2, 2026
50
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ
National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

by News Desk
June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

by Staff Reporter
June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

by Staff Reporter
June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx