ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

ত্ৰিপুৰাৰ প্ৰথমগৰাকী মহিলা ৰে’ল চালক দেৱলীনা

নিউজ ডেস্কঃ

News Desk by News Desk
May 16, 2023
Reading Time: 1 min read
A A
0
ত্ৰিপুৰাৰ প্ৰথমগৰাকী মহিলা ৰে’ল চালক দেৱলীনা

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ত্ৰিপুৰাৰ প্ৰথমগৰাকী মহিলা ৰে’ল চালক (Tripura’s first woman train driver) দেৱলীনা ৰায় (Devoleena Roy)। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ বাসিন্দা হʼলেও তেওঁ ভাৰতীয় ৰেʼলৱেৰ খড়গপুৰ সংমণ্ডলত সহকাৰী লোকো পাইলট (Assistant Loco Pilot in Kharagpur Division) হিচাপে যোগদান কৰে।

আগৰতলাৰ এখন স্বনামধন্য ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত দেৱলীনাই বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত ডিপ্ল’মা সম্পূৰ্ণ কৰে। ইয়াৰ পিছত ২০১৭ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে কলকাতালৈ গুচি যায়। তাৰ পৰাই তেওঁ অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰে।

rail 1 | ASSAM TIMES POST

ইমানবোৰ কেৰিয়াৰ থকাৰ পিছতো তেওঁ কিয় ৰে’লপথ বাছি লৈছিল? এই প্ৰসংগত দেৱলীনাই কয়, “ভাৰতীয় ৰেʼলৱেই কেৰিয়াৰৰ বাবে সৰ্বোত্তম স্থান। আৰু সেইবাবেই মই এই বৃত্তিটো বাছি লৈছিলো। মই সফল হৈছো।” ইয়াৰ উপৰি সমাজৰ প্ৰতিগৰাকী ছোৱালীয়ে যাতে নিজৰ সপোন পূৰণ কৰিব পাৰে তাৰ কামনাও কৰে দেৱলীনাই।

দেৱলীনাৰ পিতৃ ৰণবীৰ ৰায় আৰু চন্দ্ৰাণী ভট্টাচাৰ্যই কন্যাৰ চাকৰিটোক লৈ উচ্ছাস প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয়, “আমি আমাৰ ছোৱালীজনীক উচ্চ শিক্ষা দিব বিচাৰিছিলো। কেৱল সেয়াই নহয়, কন্যাক ইণ্ডিয়ান ৰে’লৱেত যোগদান কৰাৰো সপোন আমাৰ আছিল। সেই সপোন বাস্তৱায়িত হৈছে। আমি সুখী।” দেৱলীনা কৰ্মসূত্ৰে পশ্চিমবংগত আছে যদিও মাক-দেউতাক আগৰতলাত থাকে। দেৱলীনাই বৰ্তমান প্ৰশিক্ষণ লৈ আছে। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত খড়গপুৰ বিভাগত যোগদান কৰিব দেৱলীনাই।

Tags: Devoleena RoyTripurawoman train driverত্ৰিপুৰাদেৱলীনা ৰায়মহিলা ৰে'ল চালক
Share4Tweet3Send

Related Posts

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

by News Desk
July 27, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx