ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka Election I ‘ঘৃণাৰ বজাৰ বন্ধ, কৰ্ণাটকত প্ৰেমৰ দোকান’, জয়ৰ পিছত ৰাহুলৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ

News Desk by News Desk
May 13, 2023
Reading Time: 1 min read
A A
0
Karnataka Election I ‘ঘৃণাৰ বজাৰ বন্ধ, কৰ্ণাটকত প্ৰেমৰ দোকান’, জয়ৰ পিছত ৰাহুলৰ প্ৰতিক্ৰিয়া

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

কৰ্ণাটকত কংগ্ৰেছৰ (Congress in Karnataka) বিশাল জয়। ২২৪খন আসনৰ বিধানসভাত ১৩৯খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। আনহাতে, মাত্ৰ ৬২খন আসনত আগবাঢ়ি আছে বিজেপি। কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। দলৰৰ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে কৰ্ণাটকবাসীক অভিনন্দন জ্ঞাপন (Congratulations to people of Karnataka) কৰে। তেওঁ কয়, “ঘৃণাৰ বজাৰ বন্ধ হ’ল (hate market has closed)। কৰ্ণাটকত মুকলি হʼল প্ৰেমৰ দোকান।” ৰাহুলৰ ভাষাত, “দুখীয়া মানুহৰ ক্ষমতাই জয়ী হʼল। কৰ্ণাটকৰ আৰ্হি এতিয়া আন ৰাজ্যতো প্ৰতিফলিত হʼব। 

ৰাহুলৰ প্ৰতিক্ৰিয়া
জয়ৰ পিছত ৰাহুলৰ প্ৰতিক্ৰিয়া:

কংগ্ৰেছ একমাত্ৰ দল, যিয়ে দুখীয়াৰ সমস্যা উত্থাপন কৰিছিল।” নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আশ্বাস ৰাহুলৰ।ইতিমধ্যে বিধানসভা নিৰ্বাচনত পৰাজয় মানি লৈছে কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে। তেওঁ অতি সোনকালে পদত্যাগ পত্ৰ দাখিল কৰিব বুলি জনা গৈছে। এতিয়া প্ৰশ্ন হয়, কংগ্ৰেছে কাক মুখ্যমন্ত্ৰী হিচাপে বাছি লʼব। আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ।

Tags: karnataka result-2023Rahul gandhiVictory Reactionজয়ৰ প্ৰতিক্ৰিয়াৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

by Staff Reporter
April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

by Staff Reporter
April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

by Staff Reporter
April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

by Staff Reporter
April 26, 2026
50
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

by Staff Reporter
April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

by News Desk
April 24, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx