ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence Update | মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 12, 2023
Reading Time: 1 min read
A A
0
Manipur Violence Update | মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

পুনৰ উত্তপ্ত মণিপুৰ (Manipur)। বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবি অঞ্চলত বৃহস্পতিবাৰে কুকি উগ্ৰপন্থীয়ে (Kuki Militants) আৰক্ষীৰ ওপৰত গুলীচালনা কৰাত নিহত হয় আৰক্ষী কমাণ্ডো হেইচনাম জিতেন। আৰু চাৰিজন আৰক্ষী জোৱান আহত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বুধবাৰে পূৱ ইম্ফলত অসম ৰাইফলছৰ এটা টহলদাৰী বাহিনীক গুলীচালনা কৰা হয়। আহত হয় এজন জোৱান। এই ঘটনাৰ পিছত ৰাজ্যত আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জন। সন্ধানহীন হৈছে দুজন লোক।

Manipur Violence
মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

এনে পৰিস্থিতিত কংগ্ৰেছে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে। মণিপুৰ, মিজোৰাম আৰু বিহাৰৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতা ভক্ত চৰণ দাসে (Bhakta Charan) দিল্লীত কয়, “মণিপুৰত সম্পূৰ্ণ অৰাজকতা চলি আছে। ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে যাতে ৰাজ্যৰ প্ৰকৃত ছবিখন ওলাই আহিব নোৱাৰে।”

ভক্তচৰণে এই প্ৰশ্ন উত্থাপন কৰে, “ইমান বৃহৎ হিংসাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিমাত কিয়? কেন্দ্রীয় গৃহমন্ত্রী মণিপুৰলৈ কিয় অহা নাই?” কংগ্ৰেছে আহতসকলৰ তাৎক্ষণিক চিকিৎসা, গৃহহীন লোকসকলৰ ঘৰলৈ উভতি অহাৰ বাবে এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰা, ভুক্তভোগীৰ পৰিয়ালক ২০ লাখ টকা আৰু ঘৰ জ্বলি যোৱা পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ আৰু দীৰ্ঘম্যাদী পুনৰ্বাসনৰ পেকেজৰ দাবী জনাইছে আক্ৰান্ত পৰিয়ালসমূহৰ বাবে।

ভক্তচৰণে কয় যে নিৰ্বাচনত জয়ী হʼবলৈ বিজেপিয়ে হিল এৰিয়া কমিটীক অধিক ক্ষমতা প্ৰদান, ৬ খন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন আৰু মেইটেইক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু জয়ী হোৱাৰ পিছত তেওঁলোকে দাবীসমূহ গণতান্ত্ৰিকভাৱে পূৰণ কৰিবলৈ চেষ্টা কৰা নাছিল। হঠাৎ ৩৮খন গাঁও উচ্ছেদ কৰি বিজেপি চৰকাৰে অশান্তিৰ জুই জ্বলাই দিলে।

পিছত মেইটেই সংগঠনসমূহে দাবী কৰে যে সংঘৰ্ষৰ সময়ত তেওঁলোকৰ ঘৰত জুই লগোৱাৰ পূৰ্বে অস্ত্ৰধাৰী কুকিসকলে মেইটেইসকলৰ মাটিৰ পট্টা কাঢ়ি লৈ গৈছিল। সংঘাতৰ পিছৰ, জনবসতিহীন গাঁওবোৰত ‘সংৰক্ষিত ভূমি’ চাইনবৰ্ড লগোৱা হৈছে।

মেইটেই সংগঠনটোৱে সকলো কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে যুদ্ধবিৰতি বাতিল কৰা, ১৯৪৯ চনৰ পিছত ৰাজ্যখনলৈ অহা সকলো বাহিৰৰ লোকৰ চিনাক্তকৰণ, উচ্চ পদস্থ কুকি নেতাৰ শিপা বিচাৰি উলিওৱা আৰু ভুৱা বাতৰি সম্প্ৰচাৰ কঠোৰভাৱে বন্ধ কৰাৰ দাবী জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Manipur
Share5Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d