ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অবৈধ মৰণাস্ত্ৰ সৰবৰাহৰ প্ৰচেষ্টাত দুই মহিলাক আটক খটখটী আৰক্ষীৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
May 9, 2023
Reading Time: 1 min read
A A
0
অবৈধ মৰণাস্ত্ৰ সৰবৰাহৰ প্ৰচেষ্টাত দুই মহিলাক আটক খটখটী আৰক্ষীৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী (Khatkhati)ত এইবাৰ নিচাযুক্ত সামগ্ৰী নহয়, উদ্ধাৰ হৈছে অবৈধ মৰণাস্ত্ৰ (Illegal weapon recovered)৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰৰ পৰা নৈশ বাছেৰে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ খবৰ লাভ কৰি খটখটীত এছ.বি তিনিআলিৰ ৩৯নং ৰাষ্ট্ৰীয়ঘাই পথত এক বিশেষ নাকা বহোৱা হয় ৷ খটখটী থানাৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত থানা ষ্টাফ আৰু চি20 চিআৰপিএফৰ সহযোগত আজি বিয়লি চাৰে তিনি বজাত চলোৱা বিশেষ নাকা তালাচী চলোৱা হয় ৷ তালাচী কালত ডিমাপুৰ দিশৰ পৰা আহি থকা AR-11B-3408 পঞ্জীয়ন নম্বৰৰ নৈশ বাছ ৰ’বলৈ নিৰ্দেশ দিয়ে ৷

khatp1 1 | ASSAM TIMES POST

বাছখনত তালাচী চলোৱাত বাছখনত যাত্ৰী হিচাপে যাত্ৰা কৰা দুই মহিলাৰ কৱলৰ পৰা অভিযানকাৰী দলটোৱে সাত জাঁই সজীৱ গুলীসহ এটা পইণ্ট 22 পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিষ্টল আৰু সজীৱ গুলী সৰবৰাহত জড়িত দুগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

khatp2 1 | ASSAM TIMES POST

ধৃত মহিলা দুগৰাকী ক্ৰমে, কাৰবি আংলং জিলাৰ বৰপথাৰ থানা এলেকাৰ শান্তিপুৰ নামবৰ নদীপথৰ গিৰিধৰ শইকীয়াৰ জীয়েক দিম্পী শইকীয়া (৩২) আৰু আন গৰাকী শিৱসাগৰ জিলাৰ অকণ দুৱৰাৰ ৰেখামণি দুৱৰা (২৮) বুলি চিনাক্ত কৰা হৈছে ৷ পিষ্টলটো কি উদ্দেশ্য সৰবৰাহ কৰা হৈছিল সেই কথা বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে এক গোছৰ ৰুজো দি ধৃত মহিলা দুগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

Tags: Illegal weaponKhatkhatiঅবৈধ মৰণাস্ত্ৰখটখটী
Share4Tweet3Send

Related Posts

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx