ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence | পুনৰ জ্বলিছে মণিপুৰ, ৮ খন জিলাত সান্ধ্য আইন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 4, 2023
Reading Time: 1 min read
A A
0
Manipur Violence | পুনৰ জ্বলিছে মণিপুৰ, ৮ খন জিলাত সান্ধ্য আইন

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

বিজেপি চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টিত পুনৰ জ্বলি উঠিল মণিপুৰ (Manipur Violence)। শেহতীয়াকৈ মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশে এই জুইত ইন্ধন যোগাইছে। আদালতৰ এই নতুন নিৰ্দেশৰ পিছতে তীব্ৰভাৱে উত্তপ্ত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন। পৰিস্থিতি চম্ভালিবলৈ ৰাজ্য প্ৰশাসনে সেনাবাহিনী মোতায়েন কৰিছে। ৰাজ্যৰ ৮খন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ (Curfew)। ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলত ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Manipur Violence
পুনৰ জ্বলিছে মণিপুৰ

মণিপুৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি, বুধবাৰে নিশা ৰাজধানী ইম্ফল, চুৰাচান্দপুৰ আৰু কাংপকপিত পুনৰ উত্তেজনা বিয়পি পৰে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ লগতে হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ নিশাৰ ভাগত অৰ্ধসামৰিক আৰু অসম ৰাইফলছৰ বিষয়া (Army deployed) মোতায়েন কৰা হয়। চৰকাৰী ভৱনত আক্ৰমণ আৰম্ভ হোৱাৰ পিছতে প্ৰায় ৪ হাজাৰ লোকক উদ্ধাৰ কৰি সেনা শিবিৰলৈ নিয়া হয়। বক্সাৰ মেৰী কমে এই হিংসা সন্দৰ্ভত টুইট কৰি কয়, “মোৰ ৰাজ্য জ্বলি আছে, অনুগ্ৰহ কৰি সহায় কৰক।”

মণিপুৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বনাঞ্চল আৰু জলাশয়ৰ ওপৰত জনজাতীয় লোকৰ অধিকাৰ কাঢ়ি লোৱাৰ বিৰুদ্ধে আন্দোলন চলি আছিল। ৰাজ্যৰ জনজাতি ছাত্ৰ সন্থাই ৰাজ্য প্ৰশাসনৰ এই অনৈতিক সিদ্ধান্তৰ প্ৰতিবাদত এক সংহতি পদযাত্ৰাৰ আহ্বান জনায়।

শেহতীয়াকৈ ৰাজ্যখনৰ মেইটেই সম্প্ৰদায়ে তেওঁলোকক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে। কিন্তু ৰাজ্যৰ অনুসূচিত জনগোষ্ঠীসমূহে একে সময়তে ইয়াৰ বিৰোধিতা কৰিছে। শেহতীয়াকৈ মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলৰ দাবী বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে। তাৰ পিছত বিভিন্ন অঞ্চলত নতুন উত্তেজনা বিয়পি পৰে।

মণিপুৰৰ প্ৰায় ৫১ শতাংশ লোক মেইটেই সম্প্ৰদায়ৰ। যিহেতু তেওঁলোকৰ অনুসূচিত জনজাতিৰ মৰ্যাদা নাই, সেয়েহে তেওঁলোকে ৰাজ্যৰ পাহাৰীয়া অঞ্চলৰ স্থায়ী বাসিন্দা হোৱাৰ অনুমতি পোৱা নাই। মেইটেইসকলে অভিযোগ কৰে যে ম্যানমাৰ আৰু বাংলাদেশৰ পৰা ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰাৰ ফলত তেওঁলোকৰ অধিকাৰ খৰ্ব হৈছে। ইফালে মেইটেইসকলৰ দাবীৰ বিৰোধিতা কৰে অন্যান্য নিৰ্ধাৰিত সম্প্ৰদায়ে।

Tags: Manipur
Share4Tweet3Send

Related Posts

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

by News Desk
July 27, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx