Parliament special session : মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰিবলৈ আজিৰে পৰা আৰম্ভ সংসদৰ বিশেষ অধিৱেশন
“ৰাজনৈতিক উদ্দেশ্যত অপ্ৰয়োজনীয় খৰখেদা” বুলি বুধবাৰে বিৰোধীয়ে কৰা অভিযোগ আৰু সমালোচনাক আওকাণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ২০২৯ চনৰ লোকসভা ...







