Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে পক্ষাঘাতগ্ৰস্ত স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী পত্নীৰ বিৰুদ্ধে। কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা। ...








