UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
ইউপিআই লেনদেনৰ (UPI transaction) বাবে মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ) সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্ত সম্প্ৰতি প্ৰযোজ্য হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক ...







