Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
ৰাম মন্দিৰ ট্ৰাষ্টৰ (Ram Temple Trust) প্ৰথম চিইঅ' (CEO) হ'ব অৱসৰপ্রাপ্ত বায়ুসেনা বিষয়া জিতেন্দ্র মিশ্র। ‘শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্ৰাষ্ট’ৰ প্রথম ...







