Imprisoned in jail : কাৰাগাৰতে প্ৰেম : হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰা প্ৰেমিক-প্ৰেমিকাক বিবাহৰ বাবে পেৰেল মঞ্জুৰ
দুয়োজনেই হত্যাৰ অভিযোগত অভিযুক্ত। দুয়োজনকে দুটা পৃথক গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে৷ তেওঁলোক ৰাজস্থানৰ (Rajasthan) একেটা কাৰাগাৰতে বন্দী (Imprisoned ...







