Protest by Congress worker : দিল্লীত এআই সন্মিলনত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ : ভাৰতকে ধৰি ৭৫ খন দেশে এআই প্ৰযুক্তিৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চুক্তি স্বাক্ষৰ
শুকুৰবাৰে আবেলি দিল্লীৰ প্ৰেক্ষাগৃহত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ওপৰত আন্তৰ্জাতিক সন্মিলন (International Conference) অনুষ্ঠিত হয়। সেই সময়ত কেইজনমান কংগ্ৰেছ কৰ্মী (Congress ...







