Pariament special session : লোকসভাত উত্থাপন ৩ বিধেয়ক, ১২ ঘণ্টীয়া আলোচনাৰ অন্তত শুকুৰবাৰে হ’ব পাৰে ভোটদান
সংসদ (Parliament)ৰ তিনিদিনীয়া বিশেষ অধিৱেশনত (Three-day special session) তিনিখন বিধেয়ক গৃহীত কৰিব বিচাৰিছে কেন্দ্ৰই। এই তিনিখন বিধেয়ক হ’ল মহিলা সংৰক্ষণৰ ...







