NPG : সুযোগ থকা স্বত্বেও যদি পাইপেৰে ৰন্ধন গেছ গ্ৰহণ নকৰে তেন্তে ৩ মাহত এলপিজি বন্ধ হ’ব! কেন্দ্ৰীয় চৰকাৰৰ জাৰী নিৰ্দেশনাৱলী
সুযোগ থকা স্বত্বেও যদি পাইপলাইন গেছ (Pipeline Gas) (পিএনজি) লোৱা নহয়, সংশ্লিষ্ট পৰিয়াললৈ তিনি মাহৰ ভিতৰত এলপিজি যোগান বন্ধ (LPG ...







