NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
প্ৰশ্নকাকত ফাদিলৰ আশংকা এৰাই চলিবলৈ নীট পি জি পৰীক্ষা (NEET PG Exam)ত অভূতপূৰ্ব ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰীক্ষাৰ মাত্র দুঘণ্টা ...