Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫
উত্তৰ-পূব ম্যানমাৰ (Northeast Myanmar)ৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত (Rebel-controlled village) ভয়ংকৰ বিস্ফোৰণ (Explosion)। ঘটনাটোত অতি কমেও ৫৫ জন লোকৰ মৃত্যু (55 ...







