Troop Deployment : জ্বলিছে ট্ৰাম্পৰ চুবুৰীয়া দেশ, ২৫ জন সেনা নিহত, প্ৰতিবাদ দমন কৰিবলৈ মেক্সিকোত ১১,০০০ সেনা মোতায়েন
ড্ৰাগছ কিংপিনৰ মৃত্যুৰ পিছত মেক্সিকো প্ৰায় জ্বলি (Mexico on fire) আছে। দেশৰ পশ্চিম অংশত ড্ৰাগছ সৰবৰাহকাৰী (Drug suppliers)সকলে ৰাজপথলৈ ওলাই ...







