Mahindra & Manulife : নতুন নেতৃত্ব : সুৰেশ আগৰৱালক মহিন্দ্ৰা আৰু মেনুলাইফৰ এমডি তথা চিইঅ’ ৰূপে নাম মনোনীত
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা (Mahindra & Mahindra) লিমিটেড (এম এণ্ড এম) আৰু মেনুলাইফে (Manulife) নিয়ামক কৰ্তৃপক্ষৰ অনুমোদনৰ পিছত সুৰেশ আগৰৱাল (Suresh ...







