Maharashtra Day : মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
মহাৰাষ্ট্ৰৰ পুনেৰ (Pune, Maharashtra) ৰেডিচন ব্লুত মহাৰাষ্ট্ৰ দিৱস (Maharashtra Day) উপলক্ষে এক মে'ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাট সৰ্ববাইবন্ধাৰ জিয়ৰী ...







