Assembly Elections 2026 : নিৰ্বাচনৰ আগদিনাৰ পৰা বাতৰিকাকতত ৰাজনৈতিক বিজ্ঞাপনত নিষেধাজ্ঞা
নিৰ্বাচন আয়োগে (Election Commission) ভোটগ্ৰহণৰ প্ৰাকক্ষণত আৰু ভোটগ্ৰহণৰ দিনটোত বাতৰিকাকত (Newspaper)ত ৰাজনৈতিক বিজ্ঞাপন (Political advertisement)ৰ ক্ষেত্ৰত বাধা আৰোপ (Impose restrictions) ...





