JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
জম্মু-কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষ নেতা। স্থানীয় আৰক্ষী বিষয়াই জনোৱা মতে, সন্ত্ৰাসবাদীটোৰ নাম জম্মু-কাশ্মীৰত সংঘটিত ...







