Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
কূটনৈতিক উত্তেজনা অব্যাহত থকাৰ মাজতে ভাৰত আৰু বাংলাদেশে দ্বিপাক্ষিক বাণিজ্য মসৃণভাৱে চলাবলৈ চেষ্টা চলাইছে। সেই উদ্দেশ্যে দুয়োখন দেশৰ মাজত যৌথ ...







