India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
সীমান্তৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰত-চীনৰ দ্বিপাক্ষিক সম্পৰ্ক। নতুন দিল্লীয়ে মঙলবাৰে এই কথা স্পষ্ট কৰি দিয়ে। একে সময়তে বেইজিঙক আকৌ ...







