Lok sabha elections 2024 : বিজেপিৰ ষ্টাৰ প্ৰচাৰকৰ ভূমিকাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ প্ৰচাৰ সূচী কেনে ধৰণৰ
সমাগত লোকসভা নিৰ্বাচন (Lok Sabha Election)। প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে মনোনয়ন দাখিল ...