Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি
কথাতে কয় ৰাখে হৰি, মাৰে কোনে৷ তেনে এক অবিশ্বাস্য ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত (Earthquake in Venezuela) ৪৩ ...







