Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে গণহত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী (Bangladesh's ousted Prime Minister) শ্বেখ হাছিনা (Sheikh Hasina)ৰ ভাৰ্চুৱেল ...







