Election Commission of India : ভুৱা ভোটাৰ ৰুধিবলৈ আঙুলিৰ চাপ আৰু চকুৰ মণি স্কেন, গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত
সঠিক ভোটাৰ চিনাক্ত কৰিবলৈ ফিংগাৰপ্ৰিণ্ট (Fingerprint) বা আইৰিছ স্কেনিং (Iris scanning) কৰিব লাগে বুলি এইবাৰ উচ্চতম ন্যায়ালয়ত গোচৰ (Case in ...







