Delhi heat wave : দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি
গৰমে দহিছে দিল্লী (Delhi heat wave)। ৰাষ্ট্ৰীয় ৰাজধানীত এপ্ৰিল মাহৰ মাজভাগতে তাপমাত্ৰাই ৪৪ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ (Touching 44 degrees Celsius) ...







