ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi heat wave : দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি

News Desk by News Desk
April 21, 2026
Reading Time: 1 min read
A A
0
Delhi heat wave : দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

গৰমে দহিছে দিল্লী (Delhi heat wave)। ৰাষ্ট্ৰীয় ৰাজধানীত এপ্ৰিল মাহৰ মাজভাগতে তাপমাত্ৰাই ৪৪ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ (Touching 44 degrees Celsius) কৰিছে। আগন্তুক চাৰি-পাঁচ দিনলৈ দেশৰ কেইবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰবাহৰ পৰিস্থিতি বিৰাজ কৰিব। উত্তৰ-পশ্চিম, মধ্য আৰু পূব ভাৰতৰ কেইবাটাও স্থানত তাপপ্ৰবাহ হ’ব বুলিও বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে৷ পঞ্জাবৰ চাৰিখন জিলা লুধিয়ানা, ছংগ্ৰুৰ, ফতেহগড় চাহাব আৰু পাটিয়ালাত ২৪ এপ্ৰিললৈকে তাপপ্ৰবাহ আৰু অতিপাত উত্তাপৰ পৰিস্থিতি অব্যাহত থাকিব।

delhi1 | ASSAM TIMES POST
দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি

আনহাতে, চণ্ডীগড় আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ বাবেও সতৰ্কবাণী জাৰি কৰা হৈছে। উত্তৰ-পশ্চিম ভাৰতৰ সৰ্বোচ্চ উষ্ণতা অহা ২৪ এপ্ৰিলৰ ভিতৰত ৪ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দিল্লী, পঞ্জাবৰ পৰা ছত্তীশগড়লৈকে কেইবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰবাহ থাকিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। ফলত আগন্তুক চাৰি-পাঁচ দিনলৈ আৰু তাপমাত্ৰা অধিক বৃদ্ধি পাব। পঞ্জাব, ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু ছত্তীশগড়ত অহা চাৰিদিনলৈ তাপপ্ৰবাহ থাকিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

আনহাতে, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ, মধ্যপ্ৰদেশ আৰু ওড়িশাৰ কিছু অংশত আগন্তুক পাঁচ দিনলৈ এই পৰিস্থিতি বিৰাজ কৰিব পাৰে। মঙলবাৰৰ পৰা দিল্লীত গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আগন্তুক কেইদিনমান এনচিআৰ অত্যন্ত গৰম হৈ থাকিব। অৱশ্যে ২৫ এপ্ৰিলৰ পৰা তাপমাত্ৰা কিছু হ্ৰাস পাব। কিন্তু এপ্ৰিল মাহৰ শেষৰ ফালে পুনৰ তাপমাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিব। বতৰ বিজ্ঞান বিভাগে মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ৰ বাবেও তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে। উক্ত ৰাজ্য দুখনৰ কিছু ঠাইত তাপমাত্ৰা ৪৩ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, পশ্চিম মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ আৰু ছত্তীশগড়ৰ কিছু ঠাইত ২৩ এপ্ৰিললৈকে গৰমৰ পৰিস্থিতি অব্যাহত থাকিব।

Tags: Delhiheatwave
Share4Tweet3Send

Related Posts

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

by Staff Reporter
April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎
National-International

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

by Staff Reporter
April 29, 2026
50
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ
National-International

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

by Staff Reporter
April 29, 2026
50
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

by Staff Reporter
April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

by Staff Reporter
April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

by Staff Reporter
April 28, 2026
50
ADVERTISEMENT
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎
National-International

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

April 29, 2026
50
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ
National-International

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

April 29, 2026
50
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

April 29, 2026
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx