CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই (Ujjal Bhuyan) এইবাৰ গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়ত নিজৰ স্থিতি প্ৰকাশ কৰিছে। এটা অনুষ্ঠানত তেওঁ কয় ...







