ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

নিউজ ডেস্কঃ

News Desk by News Desk
October 5, 2026
Reading Time: 1 min read
A A
0
CEC case : গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়টো স্বেচ্ছাচাৰী, ইয়াৰ বিৰুদ্ধে কোনো যুক্তি গ্ৰহণযোগ্য নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

RELATED POSTS

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

FlyDubai case : দুখন বিমানৰ সংঘৰ্ষকে ধৰি ৯/১১ শৈলীৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল, ফ্লাইডুবাইৰ সহ-পাইলটৰ প্ৰকাশ

New Logo Smal 2 | ASSAM TIMES POST

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই (Ujjal Bhuyan) এইবাৰ গণ ভোটাধিকাৰ বঞ্চনাৰ বিষয়ত নিজৰ স্থিতি প্ৰকাশ কৰিছে। এটা অনুষ্ঠানত তেওঁ কয় যে যিকোনো ব্যৱস্থা যিয়ে লাখ লাখ ভাৰতীয়ক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰে বা তেওঁলোকক ‘নিজৰ দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক’ কৰি তোলে সেয়া ‘স্বেচ্ছাচাৰী প্ৰকৃতিৰ’।

দেওবাৰে হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত ভাষণ দি ন্যায়াধীশ ভূঞাই বিষয়টোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰে। ন্যায়াধীশ ভূঞাই বিশ্বাস কৰে যে এই বিষয়ত যিকোনো ধৰণৰ ‘কাউণ্টাৰ-আৰ্গুমেণ্ট’ বা আত্মপক্ষ যুক্তি সমৰ্থন কৰিব নোৱাৰি। তেওঁৰ মতে, এনে প্ৰক্ৰিয়াই সংবিধানৰ মৌলিক ভেটিটোক আক্ৰমণ কৰে। ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰতীয় সংবিধানত ‘ভোটাধিকাৰপ্ৰাপ্ত’ বা ‘ভোটাধিকাৰবিহীন’ ধাৰণা দুটাৰ কোনো স্থান নাই। অৰ্থাৎ সংবিধানত এনেকুৱা একো নাই যে কোনো এটা শ্ৰেণীৰ ভোটাধিকাৰ আছে আৰু কোনো এটা শ্ৰেণীৰ ভোটৰ অধিকাৰ নাই। ন্যায়াধীশ ভূঞাৰ মতে, ভাৰতীয়ক বৃহৎ পৰিসৰত ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা যিকোনো ব্যৱস্থাই ভাৰতীয় সংবিধানৰ ৩২৬ আৰু ১৪ নং অনুচ্ছেদ উলংঘা কৰে।

বৰ্তমান নিৰ্বাচন আয়োগৰ এছআইআৰ SIR প্ৰক্ৰিয়াক লৈ বিভিন্ন মহলত আলোচনা আৰম্ভ হৈছে। শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এই আলোচনা আৰু সমালোচনা আৰু অধিক বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বহুতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। অৱশ্যে ন্যায়াধীশগৰাকীৰ ভাষাত আয়োগ বা এছআইআৰৰ কোনো উল্লেখ নাছিল।

ujjal | ASSAM TIMES POST
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে বিগত ১০ মাহত আয়োগে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত আৰু লিখিতভাৱে জাৰি কৰা আদেশৰ ওপৰত দুজন আয়ুক্ত বিবেক যোশী আৰু সুখবীৰ সিং সন্ধুৱে ১৪ বাৰ আপত্তি কৰিছে। কিন্তু সেই আপত্তিসমূহক আওকাণ কৰি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে একপক্ষীয়ভাৱে সকলো সিদ্ধান্ত গ্ৰহণ কৰিছে। আয়োগৰ নতুন ফৰ্ম-৬ সন্দৰ্ভতো আপত্তি উত্থাপন হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এছআইআৰৰ অধীনত ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ খচৰা ভোটাৰ তালিকাৰ পৰা ১৩ কোটিৰো অধিক নাম বাদ পৰিছে।
ইয়াৰ প্ৰতিবাদত বিগত কিছুদিন ধৰি জ্ঞানেশৰ পদত্যাগৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন চলি আহিছে।

এনে পৰিস্থিতিত নালছাৰত দিয়া বক্তৃতাৰ সময়ত ন্যায়াধীশ ভূঞাই ভোটাধিকাৰ আৰু গণ তালিকাত নাম বাদ দিয়াৰ বিষয়ত নিজৰ মতামত ব্যক্ত কৰে। তেওঁ কয়, “দেশত হাজাৰ হাজাৰ বাধাৰ মাজতো সাৰ্বজনীন ভোটাধিকাৰৰ কথা কৈ গৈছে সংবিধান প্ৰণয়কসকলে। সেই সিদ্ধান্ত সাধাৰণ ভাৰতীয়ৰ ওপৰত বিশ্বাসৰ চিন আছিল।” সংবিধানৰ স্থপতি বি আৰ আম্বেদকাৰৰ কথা উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে ‘এক ব্যক্তি, এক ভোট’ৰ নীতি সমতাৰ এটা দিশ আৰু সংবিধানৰ সাৰমৰ্ম। তেওঁ কয়, “এজন কোটিপতি আৰু এজন ৰিক্সাচালকৰ ভোটৰ মূল্য সমান। ইয়াৰ দ্বাৰা ভোটাধিকাৰৰ শক্তি প্ৰমাণিত হয়।” লগতে তেওঁ কয়, “ভোটৰ অধিকাৰক হয়তো মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ভোটাধিকাৰৰ সাংবিধানিক চৰিত্ৰক বাৰে বাৰে স্বীকৃতি দিছে।” ন্যায়াধীশগৰাকীৰ ভাষাত “মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে ভোটাধিকাৰ অতি প্ৰয়োজনীয়।” তেওঁ লগতে কয় যে তাত্ত্বিকভাৱে নাগৰিকত্ব আৰু ভোটাধিকাৰ আন্তঃসংলগ্ন। এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CECcaseUjjalBhuyan
Share4Tweet3Send

Related Posts

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
50
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai case : দুখন বিমানৰ সংঘৰ্ষকে ধৰি ৯/১১ শৈলীৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল, ফ্লাইডুবাইৰ সহ-পাইলটৰ প্ৰকাশ

by News Desk
October 5, 2026
50
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

by News Desk
October 3, 2026
55
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
51
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

by News Desk
October 3, 2026
51
ADVERTISEMENT
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

October 5, 2026
50
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

October 5, 2026
50
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

October 5, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai case : দুখন বিমানৰ সংঘৰ্ষকে ধৰি ৯/১১ শৈলীৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল, ফ্লাইডুবাইৰ সহ-পাইলটৰ প্ৰকাশ

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

October 5, 2026
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

October 5, 2026
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d