Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
বিহাৰৰ জামুইত এগৰাকী নাবালিকাক নিৰ্যাতন আৰু হাৰাশাস্তিৰ সৈতে জড়িত ১২০টা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। কেৱল সেয়াই ...








