Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ
বিশাখাপট্টনম বিমানবন্দৰৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ (Air India Express) এখন বিমান। গন্তব্যস্থান আছিল বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Kempegowda ...








