Abdul Khaleque socially expelled I ডিফু ইছলামিক সমাজ-সংস্কাৰক সমিতিয়ে ড্ৰাগছৰ ব্যৱসায়ত জড়িত আব্দুল খালেকক সামাজিকভাবে বহিষ্কাৰ
অসামাজিক কাৰ্যকলাপত লিপ্ত থকা ব্যক্তিৰ বিৰুদ্ধে ডিফু ইছলামিক সমাজ-সংস্কাৰক সমিতিৰ (Diphu Islamic Social Reformers Committee) কঠোৰ সিদ্ধান্ত। অবৈধ ড্ৰাগছৰ ব্যৱসায়ত ...







