সোণাক্ষীৰ জন্মদিনত জাহীৰৰ সৈতে প্ৰেমত ছীলমোহৰ! শত্ৰুঘ্ন-কন্যালৈ কি লিখিলে অভিনেতাজনে?
এই মুহূৰ্তত আনন্দত মতলীয়া অভিনেত্ৰী সোণাক্ষী সিনহা (Actress Sonakshi Sinha)। শেহতীয়াকৈ তেওঁৰ ‘দহৰ’ ধাৰাবাহিকখনে ('Dahar' serial) মুক্তিলাভ কৰিছে। এই ধাৰাবাহিকখনত ...