WhatsApp Controversy | প্ৰয়োজনত ভাৰত এৰি যাব, তথাপিও হোৱাটছএপৰ গোপনীয়তাত আপোচ নকৰে : উচ্চ ন্যায়ালয়ত মেটাৰ অধিবক্তা
প্ৰয়োজন হ'লে হোৱাটছএপে (Whatsapp) ভাৰত এৰিব, কিন্তু তেওঁলোকে গোপনীয়তাৰ নিয়ম উলংঘা নকৰে। দিল্লী উচ্চ ন্যায়ালয়ত এই কথা কয় মেটাৰ অধিবক্তাই। ...