Supreme Court on Patanjali Products I ৰামদেৱৰ পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ বিজ্ঞাপনত নিষেধাজ্ঞা, আই এম এক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
যোগগুৰু ৰামদেৱৰ পতঞ্জলি (Patanjali) আয়ুৰ্বেদৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপনৰ বিৰুদ্ধে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে ...







