Naval Exercise I ভাৰতত আন্তঃৰাষ্ট্ৰীয় নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ বাংলাদেশী বাহিনীৰ, ৭০ খন দেশৰ অংশগ্ৰহণ
ভাৰতত চলি থকা আন্তঃৰাষ্ট্ৰীয় নৌসেনাৰ অনুশীলনত (Naval Exercise) বাংলাদেশেও যোগদান কৰিছে। বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৌবহৰ পৰ্যালোচনা অনুশীলনত বাংলাদেশৰ ...







