Sheikh Hasina । ২.৫ কোটিৰ খাদ্য বিল অনাদায়, হাছিনাৰ ধন দিবলৈ ইউনুছ প্ৰশাসনৰ অস্বীকাৰত বিপদত হোটেল
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ (Sheikh Hasina) বাসগৃহ আৰু চৰকাৰী কাৰ্যালয় গণভৱনৰ খাদ্য বিল এতিয়াও ২.৫ কোটি টকাতকৈও অধিক (বাংলাদেশৰ ...







