NCERT Book controversy I ন্যায়পালিকাৰ অৱমাননা সহ্য কৰা নহ’ব, এন চি ই আৰ টিৰ গ্ৰন্থ সন্দৰ্ভত সতৰ্কবাণী মুখ্য ন্যায়াধীশৰ
অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ন্যায়পালিকাৰ দুৰ্নীতিৰ কথা উল্লেখ কৰাত উচ্চতম ন্যায়ালয়ে (Supreme Court) ক্ষোভ প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয়, ...







