Pahalgam attack I তিনিমাহ পাছতো পহেলগামৰ সন্ত্ৰাসবাদীয়ে কিয় কাশ্মীৰ এৰি যাব পৰা নাছিল? সেনাৰ বিশেষ ফান্দত বন্দী ৩ সন্ত্ৰাসবাদী
সোমবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ সমীপত ভাৰতীয় সেনাৰ অভিযান ‘অপাৰেচন মহাদেৱ’ (Operation Mahadev) সফল হয়। তাত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ...







