Tyson Hero Dog I ভৰিত গুলী লাগিলেও থমকি নোৰোৱাকৈ সেনাৰ ‘টাইছন’ ডগে দিলে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানৰ সন্ধান
আগে আগে সি, পিছে পিছে সশস্ত্ৰ সেনা জোৱান। জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত সন্ত্ৰাসবাদীৰ আত্মগোপনস্থলী বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সি আগভাগ লৈছিল। কিন্তু সন্ত্ৰাসবাদীৰ ...







