বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
অসমৰ কাব্য জগত তথা এমেচাৰ নাট জগতৰ মহীৰূহ তথা বোকাখতীয়া শিপাৰ ৰফিকুল হোছেইনৰ মহাপ্ৰয়াণত ৰাজ্যজুৰি শোকাকুল হৈছে গুণমুগ্ধ। ৰফিকুল হোছেইনৰ ...








