Supreme Court of India । বিভিন্ন ৰাজ্যত প্ৰচলিত ধৰ্মান্তৰকৰণ বিৰোধী আইনসমূহৰ বৈধতা পৰীক্ষা কৰিব উচ্চতম ন্যায়ালয়ে
উচ্চতম ন্যায়ালয়ে (Supreme Court) ধৰ্মান্তৰকৰণক ‘অতি গুৰুতৰ বিষয়’ বুলি চিনাক্ত কৰি পূৰ্বতেও কেইবাবাৰো কৈছিল যে কাৰোবাক অবৈধভাৱে ধৰ্মান্তৰিত কৰাটো অপৰাধ। ...







