Supreme Court of India I বিদ্যালয়ত বিনামূলীয়া চেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
সকলো স্কুলীয়া ছোৱালীক বিনামূলীয়াকৈ চেনিটেৰী নেপকিন দিব লাগিব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court of India) এই নিৰ্দেশ প্ৰদান কৰে। নিৰ্দেশটোত ...







